Devi library
Arts. Books. Culture
Pages
(Move to ...)
Home
অসমীয়া গল্প
অসমীয়া কবিতা আৰু গান
ধারাবাহিক
বাংলা কবিতা
Drawing tutorial
▼
Ketekee by Raghunath Choudhary - কেতেকী - ৰঘুনাথ চৌধাৰী
›
-: প্ৰথম তৰঙ্গ :- -----------**----------- ক'ৰ পৰা তই আহিলি সোণাই কোন দিশে যাৱ উৰি, কিয় বা ফুৰিছ দূৰ দূৰণিত অকলই ঘুৰি...
Janma muhurtar pratikkhat - Assamese poems of Ram Gogoi : জন্ম মুহূৰ্তৰ প্ৰতিক্ষাত - ৰাম গগৈৰ কবিতা
›
প্ৰসৱ-বেদনাক্লিষ্ট মাতৃৰ মুখ মণ্ডলত এদিন দেখিছিলোঁ, অনুজৰ জন্ম মুহূৰ্তত দুঃসহ যন্ত্ৰণাৰ অস্থিৰতা । হয়তোবা মাতৃৰ ৰক্ত প্ৰৱাহত তেতিয়া সু...
Aha bandhu katha pato - আহাঁ বন্ধু , কথা পাতোঁ - Poems of Ram Gogoi
›
আহাঁ বন্ধু, কথা পাতোঁ মন খুলি কথা পাতোঁ অলপ সময় । জানো মই, ক্লান্ত শ্ৰান্ত তুমি অৱশ শৰীৰ আৰু ৰক্তাক্ত বিবেক; তথাপিতো ৰিক্ত নোহোৱা । ...
Pratidhwani - Assamese Poems of Ram Gogoi : প্ৰতিধ্বনি - ৰাম গগৈৰ কবিতা
›
এটা উদাত্ত ধ্বনি মোৰ কলিজাত, হৃদয়ত, হৃদয়ৰ গভীৰত বাৰে বাৰে ঠেকা খায় । মোৰ বুকুৰ ভিতৰত বিষ হৈছে । মোৰ সিৰা - উপসিৰাবোৰ স্ফীত হৈ উঠিছে বা...
Moi biplabi moi tandabi - Assamese poems of Ambikagiri Raichoudhury - মই বিপ্লৱী, মই তাণ্ডৱী
›
মই বিপ্লৱী, মই তাণ্ডৱী মই কাল-বিজয়ী বিপ্লৱী, মই কাল-বিনাশী তাণ্ডৱী; আজি বিপ্লৱ তোলোঁ ক’ত? ...
Samay - Assamese Poems of Ram Gogoi : সময় - ৰাম গগৈৰ কবিতা
›
এতিয়া পুৱালে ৰাতি ; জীৱাই থকাৰ বাবে উদ্বিগ্নতা প্ৰান্তৰে পশু পক্ষী গছ বন মানুহৰ জীৱনে জীৱনে । এই যে পখিলাজনী ফুলত পৰিলে আহি, এই যে পৰু...
Asha - Assamese poems of Ram Gogoi : আশা - ৰাম গগৈৰ কবিতা
›
আশা আৰু নিৰাশাৰ মহাসাগৰত ঢৌ উঠে , ঢৌ নাচে হাজাৰ বিজাৰ । আমাৰ বিহংগ মন; ৰাতিৰ আকাশে মাতে, মাতে আৰু পুৱাৰ সুৰুযে, কোনে জানো কৈ দিব জীৱনৰ...
1 comment:
Itihas - Poems Ram Gogoi :ইতিহাস - ৰাম গগৈৰ কবিতা
›
বিশ্ব প্ৰকৃতিৰ অখণ্ড আৰু ব্যাপক দ্বন্দত চেতনাৰ জাগৰণ । মানুহে বিচাৰি ল'লে সমজীৱী শ্ৰেণীহীন আদিম সমাজ আৰু আহিলা । ইতিহাস, তুমি ৰূপ ল...
Alaap : Poems of ram Gogoi - আলাপ - ৰাম গগৈৰ কবিতা
›
অলেখ অযুত প্ৰশ্ন মানুহৰ জীৱনে জীৱনে । শতধা বিদীৰ্ণ পৃথিৱীৰ সময় অতিক্ৰান্ত ব্যস্ততা , আৰু মোৰ ঃ পৰ্যটক মোৰ মন; ক্লান্তিৰ পৰশ লাগি পুলকিত ...
Ekhon chithir katha - Poems of Ram Gogoi - এখন চিঠিৰ কথা - ৰাম গগৈৰ কবিতা
›
বন্ধু, তোমালৈ এখন চিঠি লিখিম আমনি নেপাবা দেই, বহুত দীঘল হ'ব । অনেক দিনৰ আগতে যেতিয়া তুমি মোক লগ পাইছিলা,
Ingit - Poems of Raam Gogoi - ইংগিত - ৰাম গগৈৰ কবিতা
›
আজি এই নিৰ্জ্জন সেমেকা সন্ধিয়া পলাতক বিচ্ছিন্ন সৈন্য বাহিনীৰ দৰে মোৰ মন বিক্ষিপ্ত ব্যঞ্জনময় । আৰু কোনো এক নীলোজ্জ্বল প্ৰভাতত ময়ে দেখিছি...
Tejimalaa tomaar karane - Poems of Raam Gogoi - তেজীমলা তোমাৰ কাৰনে - ৰাম গগৈৰ কবিতা
›
এজাক চৰাই যদি উৰি আহি পৰিল বনত সিহঁতৰ হাঁহিৰ কিৰিলি যদি জীয়াই থকাৰ বাবে প্ৰয়োজন এটি দুটিটোপৰ কামনা, অথবা শান্ত এটি নীড়ৰ মাজত পাখিৰ উমনি...
Jonaakire raati - Poems of Ram Gogoi - জোনাকীৰে ৰাতি - ৰাম গগৈৰ কবিতা
›
স্তব্ধ জোনাক নীৰৱ ৰাতি উজাগৰ কোনো নীড় হাৰা এটি বিহংগৰ বিৰহ বিধুৰ পাখিৰ কঁপনি লাগি সৰি গ'ল গছপাত এটি অৰণ্যৰ স্বপ্নচাৰী কোননো কবিৰ মনবি...
Kono ek dhusar sandhiya - Poems of Ram Gogoi - কোনো এক ধূসৰ সন্ধিয়া - ৰাম গগৈৰ কবিতা
›
খন্তেক বিৰাম লাগে পৰিশ্ৰান্ত অশান্ত আত্মাক । ইমান অসহ্য এই নীৰৱতা সূৰ্য্যম্লান ধূসৰ সন্ধিয়া । আত্মাৰ নিভৃত ব্যাপ্তিত বৰ্ষাৰ চকুলো হোৱা ...
Barsaar Shesat - poems of Ram Gogoi - বৰ্ষাৰ শেষত - ৰাম গগৈৰ কবিতা
›
বৰ্ষাৰ আজি শেষ দিন ঃ ঈশান কোণত যদি দেখা দিলে কলীয়া ডাৱৰে যাত্ৰা কাৰ হ'ব আৰম্ভ ? কাৰ প্ৰলুব্ধ বাসনা লৈ মেঘমন্দ্ৰে তালে তালে বতাহ বলিব...
‹
›
Home
View web version