Devi library
Arts. Books. Culture
Pages
(Move to ...)
Home
অসমীয়া গল্প
অসমীয়া কবিতা আৰু গান
ধারাবাহিক
বাংলা কবিতা
Drawing tutorial
▼
He jeevan - Poems of Ram Gogoi : হে জীৱন - ৰাম গগৈৰ কবিতা
›
পুৱাৰ পৰা গধূলিলৈকে প্ৰতিটো মুহূৰ্ততে ভয় , সন্দেহ । হয়তো ছিঙি যাব সেই সোণালী সূতা । কোন দিশৰ পৰা আহিছে বতাহ গছৰ পাতবোৰ এবেলি ইফালে, ...
Nirjaas - Poems of Ram Gogoi : নিৰ্যাস - ৰাম গগৈৰ কবিতা
›
কোনো এক মনোৰম স্নিগ্ধ প্ৰভাতত, নিয়ৰে দেখিলে স্বপ্ন দুবৰিক বৰণৰ মালা পিন্ধোৱাৰ; জিলমিল জিঁয়াৰ পাখিত অস্তগামী সূৰুজৰ বৰ্ন সমাহাৰ, আপোন দ...
Sagar bichari - Poems of ram Gogoi : বিচাৰি - ৰাম গগৈৰ কবিতা
›
এজাক উতলা বতাহে গান গালে জীৱনৰ জীয়াই থকাৰ গান , লক্ষ কোটি নক্ষত্ৰৰ আলোক-স্পন্দনে উদ্ধত চেতনাৰ বিজয় বাৰতা দিলে, কথা ক'লে নিৰ্ভীক কণ্...
Byaktigata - Poems of ram Gogoi : ব্যক্তিগত - ৰাম গগৈৰ কবিতা
›
মোৰ দৰে ইমান নীৰৱে কোনে কান্দে, কিয় কান্দে আৰু সেই কথা কোনেও নাজানে যদি নালাগে জানিব; মই জানো সেই কথা কোনোবাই জানে যদি মোক মাথোঁ ভীৰু ...
Ekhan chiThir uttarat - poems of Ram Gogoi - এখন চিঠিৰ উত্তৰত - ৰাম গগৈৰ কবিতা
›
মৰমৰ ককাইদেউ, তুমি যে লিখিলা, "ধন-মান, যশস্যা আৰু ক্ষমতাক লৈ অথৱা, সিঁহতৰ আশাত বলিয়া হৈ মানুহ জীয়াই নথাকে । তেজস্ক্ৰিয় বৰষুণ আৰু ...
Akashar prati prarthanaa - Poems of Ram Gogoi : আকাশৰ প্ৰতি প্ৰাৰ্থনা - ৰাম গগৈৰ কবিতা
›
প্ৰভাতৰ বিহংগ কণ্ঠত শুনি নতুন দিনৰ গান, এদিন হৃদয় মোৰ আকাশ-আকাশ হৈ গ'ল; নীলোজ্জ্বল দিগন্তৰ ব্যাপ্তি য'ত, হৰ্ষোলাস চিত্ত-ঔদাৰ্য...
Imaan asthirata - Poems of Ram Gogoi - ইমান অস্থিৰতা - ৰাম গগৈৰ কবিতা
›
দুপৰৰ ৰ'দ এতিয়া ওলমি আছে আকাশত । দুপৰৰ ৰ'দ জ্বলি আছে মোৰ বুকুত । জেঠৰ খৰাং বতৰত কোনে মোৰ বাঁহী নমাই আনিব বৰষুণ, ৰাতিৰ তুহিন ভ...
Nirab bedanaa - Poems of Ram Gogoi - নীৰৱ বেদনা - ৰাম গগৈৰ কবিতা
›
দুটি আঙুলিৰ মোৰ সৰু এটি টিলিকিত, অকমানি শব্দ এটি বতাহত মিলি যদি যায়; বতাহত মিলি যদি যায় মৰম চেনেহ আৰু যত ভালপোৱা স্বজন বন্ধুৰ, তেনে ...
Dinantat - Poems of Ram Gogoi দিনান্তত - ৰাম গগৈৰ কবিতা
›
অঘৰী কালৰ ৰথৰ আৰোহী, দিনমণি, লাজৰ ওৰণি টানি, আজিলৈ মাগিছে মেলানি জ্যোতি-স্নান পসচিমৰ দিগবলয়ত গান গাই ৰঙা মেঘে , বেদনাৰে বিদায়ৰ গান এন্ধ...
Sundarar para sundaratam - Poems of Ram Gogoi : সুন্দৰৰৰ পৰা সুন্দৰতম - ৰাম গগৈৰ কবিতা
›
হৃদয়, হে হৃদয় মোৰ, কঠিনৰ পৰা হোৱা কঠিনতৰ । সমুখৰ পথ কণ্টকাকীৰ্ণ , চকুৰ পানীৰে জীৱনক আৰু নকৰিবা অসুন্দৰ । ক...
Kolikata - Poems of ram Gogoi : কলিকতা - ৰাম গগৈৰ কবিতা
›
পথে প্ৰান্তৰে নগৰে চহৰে দলিত জনৰ উদৰ জ্বালা, দূৰ বিদেশত স্বাধীনতাৰ মহান স্বত্ব, সিঁহতে লিখিলে বিক্ৰীনামা; ধনিক বণিক, চোৰাং কৰবাৰী, পুজিঁপ...
Petrich Lumumba - Poems of Ram Gogoi : পেত্ৰিছ লুমুম্বা - ৰাম গগৈৰ কবিতা
›
লুমুম্বা, তোমাৰ নাম সুৰভিৰে জানো লিখিব পাৰিম কবিতা তুমি অতন্দ্ৰ, দলিতজনৰ মহাজীৱনৰ চিৰ উজ্জ্বল সবিতা তোমাৰ নামেৰে ইতিহাস হ'ব লাঞ্ছিত ভ...
Chaku meli dekho andhakar - Poems of Ram Gogoi : চকু মেলি দেখোঁ অন্ধকাৰ - ৰাম গগৈৰ কবিতা
›
চকু মেলি থাকিলেও দেখোঁ অন্ধকাৰ অন্ধকাৰৰ সেই প্ৰাচীন দেৱালত বাধাপ্ৰাপ্ত মোৰ কণ্ঠ, অনুচ্চাৰিত বেদনাত মই চকুপানী টুকোঁ । দুহাত মেলি মাতোছ...
Chotaal - Poems of Ram Gogoi : চোতাল - ৰাম গগৈৰ কবিতা
›
এইখন ববনিত অলপ আগতে আহি বহুত ল'ৰাই অনেক কোঢ়াল কৰি ফুটবল খেলিছিল । সিহঁতৰ ভৰিৰ নখত লাগি ছিগি ছিগি গ'ল বন গুটি; সেইবোৰ নাভাবিলে স...
Stories of Laksminath Bezbaruah - Firingatir pora khandab daah - ফিৰিঙতিৰ পৰা খাণ্ডৱ দাহ
›
ফিৰিঙতিৰ পৰা খাণ্ডৱ দাহ 'আইটী শয়নি অ' ! মাৰক ক, আজি আঞ্জাত লোণ দিবলৈ পাহৰিলে । ভাত এগাল খাবলৈ আহিলে সদায় এনেবিলাক আহুকাল । ক, ...
‹
›
Home
View web version