Devi library
Arts. Books. Culture
Pages
(Move to ...)
Home
অসমীয়া গল্প
অসমীয়া কবিতা আৰু গান
ধারাবাহিক
বাংলা কবিতা
Drawing tutorial
▼
Drawing Tutorial 33 - How to draw ear
›
In today's tutorial we will learn to draw ear as seen from front. The shape of ear is similar to half heart with some sharp bends. 1...
Jonakto barafarnadir dare - Poems of raam Gogoiজোনাকটো বৰফৰ নদীৰ দৰে - ৰাম গগৈৰ কবিতা
›
জোনটো বৰফৰ নদীৰ দৰে গলি গলি বৈ যায় মোৰ বুকুৰ মাজেদি সেই নদীত তোমাৰ প্ৰেমৰ ৰূপালী ঢৌ মোৰ হৃদয় থউকি বাথউ দূৰ দূৰান্তৰ গিৰি শিখৰৰ পৰা ...
Moi bhoba kathabor - Poems of Ram Gogoi : মই ভবা কথাবোৰ - ৰাম গগৈৰ কবিতা
›
মই ভবা কথাবোৰ তুমি যদি ভাবিলাহেঁতেন মই জনা কথাবোৰ তুমি যদি জানিলহেঁতেন মই জানো - নৈ কিয় বৈ যায় সাগৰৰ অভিমুখে তোমাৰ হৃদয় কিয় ক...
Mor anubhabar majat - poems of Ram Gogoi : মোৰ অনুভৱৰ মাজত - ৰাম গগৈৰ কবিতা
›
মোৰ অনুভৱৰ মাজত তুমি পুৱতি নিশাৰ হিমে ধোৱা এপাহি খৰিকাজাই বুকু জুৰি কি অনিন্দ্য বেথাৰ সুবাস মোৰ অনুভৱৰ মাজত তুমি এগছি সান্ধ্য প্ৰদ...
Prithibir praantare prantare - Poems of Ram Gogoi : পৃথিৱীৰ প্ৰান্তৰে প্ৰান্তাৰে - ৰাম গগৈৰ কবিতা
›
পৃথিৱীৰ প্ৰান্তৰে প্ৰান্তৰে কত নদী আছে , সেই সকলো নদীৰ নাম অন্বেষা । মোৰ বুকুৰ মাজতো আছে এখনি নদী, স্নিগ্ধ অনুভূতিৰ নদী; সেই নদীৰ না...
1 comment:
He prithibi antaratama - Poems of Ram Gogoi : হে পৃথিৱী অন্তৰতমা - ৰাম গগৈৰ কবিতা
›
প্ৰতিটো মুহূৰ্ত মোৰ উজ্জীৱিত হৈছে তোমাৰ প্ৰেমেৰে, হে পৃথিৱী মুখৰিত মোৰ হৃদয় তোমাৰ অযুত অনন্ত কথাৰে । মোৰ সমগ্ৰ চিন্তাত তুমি ব্যাপৃত হৈ...
Sapon - Poems of Ram Gogoi: সপোন - ৰাম গগৈৰ কবিতা
›
সূচীভেদ্য ৰাতিৰ আন্ধাৰ ক্লান্তিৰ টোপনি মোৰ সপোনৰ ফুলশয্যা । কোনো এক প্ৰমত্তা যৌৱনা দুঃস্থা নাৰীৰ অবাঞ্ছিত আগমন; হেমন্তাৰ হিমকান্তি ভে...
Bedanar jui -Poems of Ram Gogoi : বেদনাৰ জুই - ৰাম গগৈৰ কবিতা
›
পৰাজিত সমস্ত ইচ্ছাৰ প্ৰতিটো মুহূৰ্ত আৰু অনাচ্ছাদিত ফলৰ গন্ধ, সকলো হেৰাই যায় । অস্তিত্বৰ বিলোপ ঘটে । অস্তিত্বৰ বিলোপ ঘটে । অস্তিত্বৰ গহ...
Mor man aru mor... - Poems of Ram Gogoi : মোৰ মন আৰু মোৰ .. - ৰাম গগৈৰ কবিতা
›
মোৰ মন, আৰু মোৰ হৃদয়ৰ অকণি আকাশ; সমুদ্যত চেতনাৰ বিপুল বিস্তৃতি । হেজাৰ শিশুৰ হাঁহি খেলা কৰে তাত । মোৰ মন, আৰু মোৰ হৃদয়ৰ অকণি আকাশ ভেদ...
Bishnu Rabha - Poems of Ram Gogoi : বিষ্ণু ৰাভা - ৰাম গগৈৰ কবিতা
›
পৰ্বত জংগম আৰু নদী আৰু মৃত্তিকাৰ স'তে তোমাৰ পৰিচয়, কিজানি বহুত দিনৰ । অসমৰ আদিমতম সমৰ যাত্ৰাত, বহু দান অৱদান দিলা, সভ্যতাৰ স্তৰে স্ত...
Kakadeutar har - Nabakanta Barua (7) : ককাদেউতাৰ হাড় - নবকান্ত বৰুৱা
›
ককাদেউতাৰ হাড় সপ্তম অধ্যায় স্বাভাবিকভাবেই কুমাৰগঞা ৰাইজ ভোগাইৰ কাষ চাপিল । ঠিক গোচৰ নহয় । দিহা-ভাৰসাৰ কথা । মেল বহিল মুনিচুনি বেল...
Kakadeutar har - Nabakanta Barua (6) : ককাদেউতাৰ হাড় - নবকান্ত বৰুৱা
›
ককাদেউতাৰ হাড় - নবকান্ত বৰুৱা ৬ কিছুদিন মানৰ পৰা মাহিন্দ্ৰীয়ে লক্ষ্য কৰিছিল, হাতনি পেৰাৰ ধনেৰে ভোগাইৰ নচলা হৈছে । ঘনাই বৰ মেলিব...
Kakadeutar har - Nabakanta Barua (5) : ককাদেউতাৰ হাড় - নৱকান্ত বৰুৱা
›
ককাদেউতাৰ হাড় - নৱকান্ত বৰুৱা ৫ এদিন মুকুন্দ কুমাৰ গাঁৱৰ এমূৰীয়া তাৰ পঁজাটোওৰ পৰা ওলাল । নিঠৰুৱা নহ'লেও তাৰ অৱস্থা...
Kakadeutar har - Nabakanta Barua (4) : ককাদেউতাৰ হাড় - নৱকান্ত বৰুৱা
›
ককাদেউতাৰ হাড় - নৱকান্ত বৰুৱা ৪ এমাহ মানৰ মূৰত কুমাৰ গাঁৱৰ পৰা এজনী কুমাৰনী গৈ বাখৰৰ আগচঁৰাৰ পিৰালিত লাহেকৈ বহিল । সাধাৰণতে সিহঁত ...
Kakadeutar har - Nabakanta Barua (3): ককাদেউতাৰ হাড় - নৱকান্ত বৰুৱা
›
ককাদেউতাৰ হাড় - নৱকান্ত বৰুৱা ৩ আইতাৰ কথাবোৰ আৰু চোন সাঁথৰ সাঁথৰ লাগিল । মই মুঠতে এইখিনিকে বুজিলোঁ, নমিতাহঁতৰ পৰিয়াল আৰু আমাৰ পৰিয়...
‹
›
Home
View web version