Devi library
Arts. Books. Culture
Pages
(Move to ...)
Home
অসমীয়া গল্প
অসমীয়া কবিতা আৰু গান
ধারাবাহিক
বাংলা কবিতা
Drawing tutorial
▼
কবিতা - kabita - Poems of Ram Gogoi
›
অস্তাচল অভিমুখী ধাৱমান সূৰ্যৰ বিদ্ৰুপ ভীষণ ৰহস্যময় এক সুদীৰ্ঘ ছাঁয়াই বাৰে বাৰে প্ৰণামিলে পূবৰ আকাশ জীৱন আগুৰি ল'লে সৃষ্টিৰ মায়াই
তোমাৰ কথা ভাবিলেই - Tomar katha bhabilei - Poems of Ram Gogoi
›
নিজম ৰাতি তোমাৰ কাথা ভাবিলেই মই স্পৰ্শ কৰোঁ এখনি নিৰ্জন নদীৰ নগ্ন শৰীৰ । ভাহি যায়্য সেই নদীৰ বুকুত তোমাৰ প্ৰেমৰ সাত সাউদৰ বেহা লৈ চান্দোৰ ...
Fular sugandhat tumi - ফুলৰ সুগন্ধত তুমি - Poems of Ram Gogoi
›
ফুলৰ সুগন্ধত তুমি বিচাৰিছিলানে কোনোদিন নিহিত বেদনা তুমি কেনেকৈ বুটলি ল'লা সেই ফুল শেৱালি, বকুল আৰু মই তোমাৰ বাবে মোৰ অনুজ বন্ধু, তোমাল...
Kakadeutar har - Nabakanta Barua (9) : ককাদেউতাৰ হাড় - নবকান্ত বৰুৱা
›
ককাদেউতাৰ হাড় (নৱম অধ্যায়) কিছুদিন আগতে উজনি খণ্ডত আকাল হৈ গৈছিল; আকাশত পুবা-পশ্চিমাকৈ বৰ এটা নেজাল তৰা ওলাইছিল । কাকতী ফৰিঙে পথাৰ-সমাৰ টকলা...
কোৱা প্ৰিয়তমে - ৰাম গগৈৰ কবিতা - Kowa priyatame - Poems of Ram Gogoi
›
কোৱা প্ৰিয়তমে কোৱা প্ৰিয়তমে, চেনেহতে পমি যোৱা তোমাৰ বুকুৰ জোনালী উমেৰে পাৰিবানে দিব মোৰ হৃদয়ত অকণি উত্তাপ ! প্ৰায়ন্ধকাৰ অস্ত আকাশৰ ফালে...
সেই যে চৰাই জনী Sei je choraijoni - ৰাম গগৈৰ কবিতা - poems of Ram Gogoi
›
সেই যে চৰাইজনী উৰ্ধ্বমুখী, ঠোটত এগছি শুকান ববচা বন তাই উৰি যায় আকাশলৈ ওখ বিৰিখত নীড় এটি সজাৰ বাসনা । মধ্যাহ্ন সূৰ্য্যৰ আলোকপ্ৰপাতত উদ্ভাসি...
কেতিয়ানো সেই চিকুণ গছজোপা - Ketiyano sei gachajopa - Poems of Ram Gogoi
›
কেতিয়াবা সেই চিকুণ গছজোপা পহপহীয়া হৈ বাঢ়ি আহিল মোৰ বুকুৰ মাজত মই একো গমকে নেপালোঁ । গছজোপাই এতিয়া তাৰ শিপাবোৰ মোৰ বুকুৰ গভীৰলৈকে মেলি দিছে...
দুখ মোৰ অশ্ৰুমতী - ৰাম গগৈৰ কবিতা
›
দুখ মোৰ অশ্ৰুমতী অন্তঃসলিলা ফল্গু দুখ মোৰ হৃদয়ৰ অতল গভীৰৰ পৰা উত্থিত জীৱনৰ বিমল আনন্দ । বসন্তৰ কোমল কুঁহিপাতৰ দৰে দুখ মোৰ কেতিয়াবা সেউ...
তেতিয়া জোনটোৰ ৰূপহ জোনাকে - ৰাম গগৈৰ কবিতা
›
তেতিয়া জোনটোৰ ৰুপহ জোনাকে পৃথিৱীখন সাৱটি লৈছিল, সমীৰণৰ শীতল কোলাত ৰাতিটো নিঃপাল দি শুই আছিল ।
হালধীয়া চৰাইজনী - Halodhiya soraijoni - ৰাম গগৈৰ কবিতা - Poems of Ram Gogoi
›
হালধীয়া চৰাইজনী অ' মোৰ প্ৰাণপখী দুৰৈ হৈ নাযাবি দেই । তই ইমানদিনে
Tumi kola kobita likhiba - তুমি ক'লা কবিতা লিখিবা - ৰাম গগৈৰ কবিতা - poems of Ram Gogoi
›
তুমি ক'লা, কবিতা লিখিবা কাৰ বাবে লিখিম কবিতা ! যেতিয়া উজুটি খাওঁ আগবাঢ়ি যোৱাৰ বাটত, প্ৰতিটো খোজত তেতিয়া উভতি চাওঁ এৰি অহা বাটে বাটে কি ...
Enekoiye bohag aahi - এনেকৈয়ে বহাগ আহি - Poems of Ram Gogoi - ৰাম গগৈৰ কবিতা
›
এনেকৈয়ে বহাগ আহি বাৰে বাৰে গুচি যায় দেওধ্বনি তুলি মোৰ গাত
Tumi ahim buli koisila - Poems of Ram Gogoi - তুমি আহিম বুলি কৈছিলা - ৰাম গগৈৰ কবিতা
›
তুমি আহিম বুলি কৈছিলা । চিকুণাই মনৰ পদূলি বৰণৰ তোৰণ সজাই বাট চাই ৰ'লো বহুদিন হে মোৰ অনুভৱৰ সখী তুমি চোন আজিও নাহিলা । বহুদিন হ...
Ki surere bajala bahi - Poems of Ram Gogoi - কি সুৰেৰে বজালা বাঁহী - ৰাম গগৈৰ কবিতা
›
কি সুৰেৰে বজালা বাঁহী কি সুৰেৰে উতলা হ'ল তোমাৰ বহাগী মন কেতিয়াবা যে
Khirikire sheetar komal batah echati - poems of Ram Gogoi - খিৰিকিৰে শীতৰ কোমল বতাহ এছাটি - ৰাম গগৈৰ কবিতা
›
খিৰিকিৰে শীতৰ কোমল বতাহ এছাটি সোমাই আহিছিল, কুৱলীয়ে ঢাকি ৰাখিছিল আকাশ, চতুৰ্দশীৰ ম্লান জোনটো
‹
›
Home
View web version