Devi library
Arts. Books. Culture
Pages
(Move to ...)
Home
অসমীয়া গল্প
অসমীয়া কবিতা আৰু গান
ধারাবাহিক
বাংলা কবিতা
Drawing tutorial
▼
Moi sunichilo eti bahir mat -- Poems of Ram Gogoi - মই শুনিছিলোঁ এটি বাঁহীৰ মাত - ৰাম গগৈৰ কবিতা
মই শুনিছিলোঁ এটি
বাঁহীৰ মাত
মই দেখিছিলোঁ
তোমাৰ দুটি নয়নমণিত
মৰম ব্যাথাৰ
কত ঘাত প্ৰতিঘাত !
কি বুলি মই মাতিম তোমাক
অ' মোৰ নুমলী,
অ' মোৰ বুকুৰ ধন !
মোৰ বুকুৰ মাজত
মই শুনিছিলোঁ এটি
বাঁহীৰ মাত ।
No comments:
Post a Comment
‹
›
Home
View web version
No comments:
Post a Comment