Devi library
Arts. Books. Culture
Pages
(Move to ...)
Home
অসমীয়া গল্প
অসমীয়া কবিতা আৰু গান
ধারাবাহিক
বাংলা কবিতা
Drawing tutorial
▼
অন্য হেমন্ত - নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা - Anya hemanta - Poem of Nirmalprabha bordoloi
চকুৰ সৰিয়হ ফুল
পথাৰ ছানি ফুলিছে
দিনে দিনে ।
কাঁচিৰ আহে
ফালি ফালি চায় বুকু ।
ছিটিকি পৰে
ফিৰ্ ফিৰ্ কৰে -
তেজত থকা
মিৰিকাবুলীয়া
ৰবাব টেঙাৰ গোন্ধ ।
চৰগ পৰা
বুকু কাটি নিয়া
নৰা ।
No comments:
Post a Comment
‹
›
Home
View web version
No comments:
Post a Comment