Devi library
Arts. Books. Culture
Pages
(Move to ...)
Home
অসমীয়া গল্প
অসমীয়া কবিতা আৰু গান
ধারাবাহিক
বাংলা কবিতা
Drawing tutorial
▼
Ek mrita kabir swagatokti - এক মৃত কবিৰ স্বগতোক্তি - Poem by Parishmita
তুমি মোৰ চন পৰা কলমৰ ন-স্তবক,
নিবৰ ফাঁকেৰে বিৰিঙি বোৱা
ক'লা চিয়াঁহীৰ দাগবোৰ হৈ তুমি
ভাৱৰ গুটিমালি সিঁচা ।
Eti nosto premar epitaph - এটি নষ্ট প্ৰেমৰ এপিটাফ - Poem by Parishmita
খুউব প্ৰেম কৰিব মন গৈছে আজি
তোমাৰ সৈতে
এক পাৰ ভঙা উন্মাদ প্ৰেম,
অহেতুক বন্ধোনৰ বোজা খহাই কৰা প্ৰেম
‹
›
Home
View web version