Devi library
Arts. Books. Culture
Pages
(Move to ...)
Home
অসমীয়া গল্প
অসমীয়া কবিতা আৰু গান
ধারাবাহিক
বাংলা কবিতা
Drawing tutorial
▼
দুখ মোৰ অশ্ৰুমতী - ৰাম গগৈৰ কবিতা
›
দুখ মোৰ অশ্ৰুমতী অন্তঃসলিলা ফল্গু দুখ মোৰ হৃদয়ৰ অতল গভীৰৰ পৰা উত্থিত জীৱনৰ বিমল আনন্দ । বসন্তৰ কোমল কুঁহিপাতৰ দৰে দুখ মোৰ কেতিয়াবা সেউ...
তেতিয়া জোনটোৰ ৰূপহ জোনাকে - ৰাম গগৈৰ কবিতা
›
তেতিয়া জোনটোৰ ৰুপহ জোনাকে পৃথিৱীখন সাৱটি লৈছিল, সমীৰণৰ শীতল কোলাত ৰাতিটো নিঃপাল দি শুই আছিল ।
হালধীয়া চৰাইজনী - Halodhiya soraijoni - ৰাম গগৈৰ কবিতা - Poems of Ram Gogoi
›
হালধীয়া চৰাইজনী অ' মোৰ প্ৰাণপখী দুৰৈ হৈ নাযাবি দেই । তই ইমানদিনে
Tumi kola kobita likhiba - তুমি ক'লা কবিতা লিখিবা - ৰাম গগৈৰ কবিতা - poems of Ram Gogoi
›
তুমি ক'লা, কবিতা লিখিবা কাৰ বাবে লিখিম কবিতা ! যেতিয়া উজুটি খাওঁ আগবাঢ়ি যোৱাৰ বাটত, প্ৰতিটো খোজত তেতিয়া উভতি চাওঁ এৰি অহা বাটে বাটে কি ...
Enekoiye bohag aahi - এনেকৈয়ে বহাগ আহি - Poems of Ram Gogoi - ৰাম গগৈৰ কবিতা
›
এনেকৈয়ে বহাগ আহি বাৰে বাৰে গুচি যায় দেওধ্বনি তুলি মোৰ গাত
Tumi ahim buli koisila - Poems of Ram Gogoi - তুমি আহিম বুলি কৈছিলা - ৰাম গগৈৰ কবিতা
›
তুমি আহিম বুলি কৈছিলা । চিকুণাই মনৰ পদূলি বৰণৰ তোৰণ সজাই বাট চাই ৰ'লো বহুদিন হে মোৰ অনুভৱৰ সখী তুমি চোন আজিও নাহিলা । বহুদিন হ...
Ki surere bajala bahi - Poems of Ram Gogoi - কি সুৰেৰে বজালা বাঁহী - ৰাম গগৈৰ কবিতা
›
কি সুৰেৰে বজালা বাঁহী কি সুৰেৰে উতলা হ'ল তোমাৰ বহাগী মন কেতিয়াবা যে
Khirikire sheetar komal batah echati - poems of Ram Gogoi - খিৰিকিৰে শীতৰ কোমল বতাহ এছাটি - ৰাম গগৈৰ কবিতা
›
খিৰিকিৰে শীতৰ কোমল বতাহ এছাটি সোমাই আহিছিল, কুৱলীয়ে ঢাকি ৰাখিছিল আকাশ, চতুৰ্দশীৰ ম্লান জোনটো
Moi sunichilo eti bahir mat -- Poems of Ram Gogoi - মই শুনিছিলোঁ এটি বাঁহীৰ মাত - ৰাম গগৈৰ কবিতা
›
মই শুনিছিলোঁ এটি বাঁহীৰ মাত মই দেখিছিলোঁ তোমাৰ দুটি নয়নমণিত মৰম ব্যাথাৰ কত ঘাত প্ৰতিঘাত ! কি বুলি মই মাতিম তোমাক অ' মোৰ নুমলী...
Abhimanatei tomar chakulo sare - Poems of ram Gogoi - অভিমানতেই তোমাৰ চকুলো সৰে - ৰাম গগৈৰ কবিতা
›
অভিমানতেই তোমাৰ চকুলো সৰে, যেনেকে আহিন আহিল বুলি শেৱালিৰ পাহি সৰে নিয়ৰৰ স্নিগ্ধ পৰশত ।
Tumi jatei naathaka - Poems of Ram Gogoi - তুমি য'তেই নাথাকা - ৰাম গগৈৰ কবিতা
›
তুমি য'তেই নাথাকা নিয়ত তুমি মোৰ চকুৰ মণিত । মনোৰমা, হে মোৰ অনুভৱৰ সখী,
Ful chingo buli - Poems of Ram Gogoi - ফুল ছিঙো বুলি - ৰাম গগৈৰ কবিতা
›
ফুল ছিঙো বুলি মেলি দিলো হাত চকুপানী টুকি তুমি ক'লা ঃ 'হাতো নেমেলিবা ফুলো নিছিঙিবা
Moi jetiya kobita likhho - Poems of Ram Gogoi - মই যেতিয়া কবিতা লিখো - ৰাম গগৈৰ কবিতা
›
মই যেতিয়া কবিতা লিখোঁ তেতিয়া মই তোমাৰ কথা ভাবো মই দূৰ দূৰান্তৰ আকাশলৈ চাওঁ
Paharar bukut mukh Lukuai - Poems of Ram Gogoi - পাহাৰৰ বুকুত মুখ লুকুৱাই - ৰাম গগৈৰ কবিতা
›
পাহাৰৰ বুকুত মুখ লুকুৱাই শুই থকা বতাহ জাক কেতিয়া যে সাৰ পালে, গছৰ আগৰ কুহিপাতবোৰে কাৰ সপোন দেখিলে, কিজানিবা বসন্ত আকৌ আহিল ।
Ketiya basanta ahil - Poems of Ram Gogoi - কেতিয়া বসন্ত আহিল - ৰাম গগৈৰ কবিতা
›
কেতিয়া বসন্ত আহিল তোমাৰ মনৰ পদুলিৰ এজুপি গোলাপ কেতিয়া ফুলিল ! তোমাৰ মনৰ পদুলিৰ এজুপি গোলাপ
‹
›
Home
View web version