Devi library
Arts. Books. Culture
Pages
(Move to ...)
Home
অসমীয়া গল্প
অসমীয়া কবিতা আৰু গান
ধারাবাহিক
বাংলা কবিতা
Drawing tutorial
▼
নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা - Poems of Nirmalprabha Bordoloi
›
সাৰেং চৰাইৰ মাত এদিন গভীৰ ৰাতিৰ নিৰ্জনতাত মই শুনিলোঁ মৃতজনৰ শুকান হাড়ৰ মাজৰ পৰা ওলোৱা এটা চেপা বিননি ।
নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা - Poems of Nirmalprabha Bordoloi
›
অব্যক্ত পানীযুঁৱলিত হাত তিয়াই দিনৰ পিছত দিন । আঙুলিত খুটিয়াই ক'ত যায় সেইবোৰ লীলাৱতী, গৰ্ভৱতী মাছ ? শুহি লৈ যায় নেকি আঙুলিৰে বৈ যাব খোজা...
1 comment:
বিহু - নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা - Bihu - Poems of Nirmalprabha Bordoloi
›
বিহু ১ গাৱৰ গাভৰুবোৰে কালিলৈকে বৈ আছিল পেঁপাৰ মাতটো তাঁতত । অজি সিঁহতৰ ভৰিত নাচনী পথাৰবোৰে ধূলিৰ জুনুকা আঁৰিছে ।
বহাগ - নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা - Bahag -Poems of Nirmalprabha Bordoloi
›
বহাগ ১ এনেকুৱা লাগে - যেন কচক্ কচক্কৈ উঠিব কুমলীয়া তিয়হঁৰ কেঁচাখিনি । এনেকুৱা লাগে - নদী যেন বৈ যাব এখন এখনকৈ বাৰখন গাঁৱৰ নি...
অপৰাজিত - নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা - Aparajita - Poems of Nirmalprabha Bordoloi
›
(এয়া খেৰনিৰ বননিৰ বিয়াগোম ডাল পাত থকা অতিকায় গছ আৰু গছনিৰ কথা কোনো এক মহা অৰণ্যৰ )
চাৰমন - নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা - sarmon - Poem of Nirmalaprabha Bordoloi
›
এজনী চৰাই মই এতিয়া উৰাই দিলো গৰ্ভৰ অন্ধকাৰ বন্দৰে বন্দৰে ন দহ মাহলৈ নাওঁ চপাব খোজা
জাৰ্নেলিষ্টৰ ডায়েৰীৰ পৰা - নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা - Jarnelistor dayerir pora - Nirmalprabha Bordoloi
›
এক হাজাৰ হাজাৰ নগৰ দেখিলো - স্তব্ধ অগণন টকাৰ নৃত্য দেখিলো - মুগ্ধ মৃত্...
সন্ধিক্ষণ - নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা - Sandhikkhon - poem of Nirmalprabha Bordoloi
›
আলোক সজ্জা-ছাঁ আৰু পোহৰৰ ঘন খেলিমেলি পুৱা নে সন্ধিয়া ঠিক ধৰিব নোৱাৰি । দৃশ্যপট - কেউপিনে অজস্ৰ কবৰ । বোবা মুখৰতা ...
অন্য হেমন্ত - নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা - Anya hemanta - Poem of Nirmalprabha bordoloi
›
চকুৰ সৰিয়হ ফুল পথাৰ ছানি ফুলিছে দিনে দিনে । কাঁচিৰ আহে ফালি ফালি চায় বুকু ।
বশিষ্ঠত দুপৰীয়া - নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা - bashisthat dupuriya - Poem of Nirmalprabha Bordoloi
›
সেউজীয়া ৰ'দবোৰ জিল্মিলাই আছিল হাইতাল বৰণৰ বতাহত, জিলিৰ মাত সোনাৰুফুলৰ দৰে ওলমি আছিল গভীৰ অৰণ্যৰ অ'ত ত'ত ।
হৰিণাটো - নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা - Harinato - Poem of Nirmalprabha Bordaloi
›
বাৰিষাৰ টলমল্ পানীত মুখখন দেখোতে নেদেখোতেই পানীবোৰ নাচি নাচি যায়গৈ । ফুটুকা ফুটুকী হৰিণটো এইবাৰ জুৰিটোৰ ফালে আহিল ।
1 comment:
এটা স্কেচ - নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা - Eta Sketch - Poems of Nirmalprabha Bordaloi
›
ডেউকাত ভাগৰৰ কাজল বৰণ সানি অৱশ দুখানি পাখি মেলি গাঁৱৰ গধূলি আহি বাঁহনিৰ জোপাত পৰিল । ছাঁত তাৰ ভয় খাই দিনটোৱে কুচিমুচি আহি ভিতৰ সোমাই গৈ
এনলিচিচ্ - নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা - Analisis - Poem of Nirmalprabha Bordoloi
›
দুপৰৰ বৰ্ণহীন ৰ'দালিয়ে এদিন সুধিলেঃ জীৱনৰ মানে কি ? আউল নালাগি থকা জাপানী পাটৰ নেচা এটা ?? কাষ্টাৰ্ড, জাম আৰু আখৰোট কাঠৰ কোৰাচ ??
তোমালৈ - নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা - tomaloi - Poem of Nirmalprabha Bordoloi
›
মই জানোঁ, তোমাৰ লগত মোৰ আকউ সাক্ষাত হ'ব তোমাৰ চকুৰ নীলা হ'ব মোৰ আশ্ৰয় আকাশ তোমাৰ দেহৰ সেউজ
পূজাৰ উপহাৰ - নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা - Pujar upohar - Poems of Nirmalprabha Bordoloi
›
দেউতা, তুমিতো প্ৰায় আশীতেই দিলা ভৰি আৰু আঠ বছৰ গ'লেহে পামগৈ তোমাৰ আধাৰ গুৰি । পূজাৰ উপহাৰ আগেয়ে তুমিহে দিছিলা আনি এইবাৰ তোমাক পূজা-উপহা...
‹
›
Home
View web version