Devi library
Arts. Books. Culture
Pages
(Move to ...)
Home
অসমীয়া গল্প
অসমীয়া কবিতা আৰু গান
ধারাবাহিক
বাংলা কবিতা
Drawing tutorial
▼
Madhyannat - মধ্যাহ্নত - Poems of Nirmalprabha Bordoloi
সমুখত দুখৰ পৰমান্ন
জয়জয় ময়ময় দুপৰৰ ভোজ ।
বিষন্নবোৰক কোৱা
আমাৰ কাঁহী শুণ্য নহয়, নিৰন্ন নহয়
তাত উপচি আছে
আহা ! পৰমান্ন ।
যি অন্নৰ সুগন্ধতে
ঝন্ ঝন্ শিকলি ছিগিব
এশ এটা ৰনুৱা ঘোৰাৰ ।
No comments:
Post a Comment
‹
›
Home
View web version
No comments:
Post a Comment