Devi library
Arts. Books. Culture
Pages
(Move to ...)
Home
অসমীয়া গল্প
অসমীয়া কবিতা আৰু গান
ধারাবাহিক
বাংলা কবিতা
Drawing tutorial
▼
Otoprot - ওতঃপ্ৰোত - Poems of Nirmalprabha Bordoloi
অশ্ৰু আৰু অস্ত্ৰ
বৰ ওচৰা - ওচৰি
দুটা শব্দ ।
অস্ত্ৰই অশ্ৰু ৰচে বুলি
তোমাৰ মনত থাকে
কিনু অশ্ৰুৱেও যে
অস্ত্ৰ ৰচে
সেই কথা
পাহৰা কিয় ?
No comments:
Post a Comment
‹
›
Home
View web version
No comments:
Post a Comment