Devi library
Arts. Books. Culture
Pages
(Move to ...)
Home
অসমীয়া গল্প
অসমীয়া কবিতা আৰু গান
ধারাবাহিক
বাংলা কবিতা
Drawing tutorial
▼
Showing posts with label
Assamese poems
.
Show all posts
Showing posts with label
Assamese poems
.
Show all posts
Madhyannat - মধ্যাহ্নত - Poems of Nirmalprabha Bordoloi
›
সমুখত দুখৰ পৰমান্ন জয়জয় ময়ময় দুপৰৰ ভোজ । বিষন্নবোৰক কোৱা আমাৰ কাঁহী শুণ্য নহয়, নিৰন্ন নহয় তাত উপচি আছে আহা ! পৰমান্ন । যি অন্নৰ সুগন্ধতে ...
Otoprot - ওতঃপ্ৰোত - Poems of Nirmalprabha Bordoloi
›
অশ্ৰু আৰু অস্ত্ৰ বৰ ওচৰা - ওচৰি দুটা শব্দ । অস্ত্ৰই অশ্ৰু ৰচে বুলি তোমাৰ মনত থাকে কিনু অশ্ৰুৱেও যে অস্ত্ৰ ৰচে সেই কথা পাহৰা কিয় ?
Sangket - সংকেত - Poems of Nirmalprabha Bordoloi
›
মই ভালকৈ চকুৰে নমনা হ'লো চোৱাচোন পোহৰবোৰ সঁচাকৈয়ে গলাৰুপ যেন হৈছেনে ?? বলিকটা দাখনৰ ধাৰ থকা ফালটোৰ দৰে ?? ক'ৰবাত কিবা এটা লৰচৰ কৰি...
Bhogalir urukat - ভোগালীৰ উৰুকাত - Poems of Nirmalprabha Bordoloi
›
কি চাই আছা ? আহাঁ আনো এটা দিন উদং ভৰাল ভৰি যোৱাকৈ ৰঙা নদীত ডুব দি থকা গোটে-পাতে এটা দিন । পচা, যাঠী, দা খোৱালী কোদাল য'ত জি আছে আনা ...
Samipeshu - Sunil Gangopadhyay - সমীপেষু ....সুনীল গঙ্গোপাধ্যায় - Poems of Nirmalprabha Bordoloi
›
সমীপেষু ....সুনীল গঙ্গোপাধ্যায় মৰমৰ সুনীল কি আৰু লিখিম ! মাজে মাজে ভাব হয় কোনো অৰ্থ নাই একোৰেই | শব্দই অৰ্থ বহন নকৰে | তুমি অকা জুইৰ ছব...
Basantar edin - Poem of Nirmalprabha Bordoloi - বসন্তৰ এদিন - নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা
›
তুমি নিসৰ্গৰ দৰে । নিসৰ্গৰ দৰে তুমি । জলস্ৰোত স্তুতি । চন্দন শাখাৰ বাহ আৰণ্যিক পাহাৰী শৰীৰ সুমথিৰা বনৰ ৰ'দ যেন হাতৰ তলুৱাত !
Abaruddha - Poem of Nirmalprabha Bordoloi - অবৰুদ্ধ - নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা
›
মোৰ খিৰিকীবোৰ জপাই দিয়া বহাগ আহিছে, মোৰ দুৱাৰ জপাই দিয়া বহাগ আহিছে,
Agamani - poem of Nirmalprabha Bordoloi - আগমনি - নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা
›
আগমনি কাহিলি, কাহিলি পৰত কুলিৰ মাত শুনিলে চকু মুদিয়ে কৈ দিব পাৰি বসন্ত আহিছে ।
Basana - poems of Parishmita - বাসনা
›
তোমাৰ তীক্ষ্ণ চাৱনিৰ অৱাক উন্মাদনাই আজিও কঁপাই তোলে মোৰ বুকু, দুটি ওঁঠত ক্ষয় যোৱা সময়ৰ নীলাই তেজৰঙা কৰি তোলে
Nishiddha bhabbor - poem by Parishmita - নিষিদ্ধ ভাৱবোৰ - পৰিস্মিতা
›
নিষিদ্ধ ভাৱবোৰ ... মন-মগজুত সোমাই আছে সহস্ৰ নিউৰনৰ এটা অগ্নিপিণ্ড কেতিয়াবা ই ওলাই আহিব খোজে
Ek mrita kabir swagatokti - এক মৃত কবিৰ স্বগতোক্তি - Poem by Parishmita
›
তুমি মোৰ চন পৰা কলমৰ ন-স্তবক, নিবৰ ফাঁকেৰে বিৰিঙি বোৱা ক'লা চিয়াঁহীৰ দাগবোৰ হৈ তুমি ভাৱৰ গুটিমালি সিঁচা ।
Eti nosto premar epitaph - এটি নষ্ট প্ৰেমৰ এপিটাফ - Poem by Parishmita
›
খুউব প্ৰেম কৰিব মন গৈছে আজি তোমাৰ সৈতে এক পাৰ ভঙা উন্মাদ প্ৰেম, অহেতুক বন্ধোনৰ বোজা খহাই কৰা প্ৰেম
এটা সময় আছিল যেতিয়া কেৱল তুমি আছিলা ... Eta samay asil jetiya kebal tumi asila - Poem by Parishmita
›
বালিৰ ঘৰৰ দৰে উটি গ'ল সকলো তুমি আৰু তোমাক লৈ থকা মোৰ সকলো অহংকাৰ । এটা মৃতদেহৰ দৰেই চেঁচা হৈ পৰিল আমাৰ সম্পৰ্কৰ গভীৰতা ।
Heroa surbor - হেৰোৱা সুৰবোৰ - Poem by Parishmita
›
ঘৰমুৱা খোজবোৰ থমকিব খোজে আজি এবুকু অভিমানৰ অহৰহ খকা-খুন্দাত, চিনাকী মুখবোৰত লাগি ৰৈছে সময়ৰ অচিনাকী ভাৱ,
1 comment:
Nishiddha paras - নিষিদ্ধ পৰশ - Poem by Parishmita
›
উঠন বুকুখন হঠাৎ হৈ পৰে কছাইৰ হাতত হালাল হাবলৈ সাজু হোৱা এটি জীয়া মঙহৰ টুকুৰা । হঠাৎ সৰৱ হৈ উঠা হাতখনে বোৱাই আনে এখন খৰস্ৰোতা তেজৰ নদী,
Nostalgia - নষ্টালজিয়া - Poem by Parishmita
›
নষ্টালজিয়া ... পুৰণি মদৰ বটলত ভৰাই ৰখা নতুন মদৰ দৰেই মনৰ ঊঁৱলি যোৱা কোঠাবোৰ এতিয়া ঠাঁহ খাই উঠিব ধৰিছে
Dhangsastupar prem - ধ্বংসস্তুপৰ প্ৰেম - Poem by Parishmita
›
হঠাৎ হেৰাই যোৱাৰ বেদনাই যেতিয়া অধীৰ কৰি তোলে মন, আঁজুৰি আনিবৰ মন যায় অতীতৰ সেই ক্ষণবোৰ, ধূসৰ হওঁ হওঁকৈও হব নোখোজা স্মৃতিবোৰে
নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা - Poems of Nirmalprabha Bordoloi
›
সাৰেং চৰাইৰ মাত এদিন গভীৰ ৰাতিৰ নিৰ্জনতাত মই শুনিলোঁ মৃতজনৰ শুকান হাড়ৰ মাজৰ পৰা ওলোৱা এটা চেপা বিননি ।
নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা - Poems of Nirmalprabha Bordoloi
›
অব্যক্ত পানীযুঁৱলিত হাত তিয়াই দিনৰ পিছত দিন । আঙুলিত খুটিয়াই ক'ত যায় সেইবোৰ লীলাৱতী, গৰ্ভৱতী মাছ ? শুহি লৈ যায় নেকি আঙুলিৰে বৈ যাব খোজা...
1 comment:
বিহু - নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা - Bihu - Poems of Nirmalprabha Bordoloi
›
বিহু ১ গাৱৰ গাভৰুবোৰে কালিলৈকে বৈ আছিল পেঁপাৰ মাতটো তাঁতত । অজি সিঁহতৰ ভৰিত নাচনী পথাৰবোৰে ধূলিৰ জুনুকা আঁৰিছে ।
›
Home
View web version