গছে গছে
পাতি দিলে
ফুলৰে
শৰাই
ৰাম ৰাম
ফুলৰে শৰাই
ফুলৰে
শৰাই
ফুলৰে
শৰাই
গছে গছে
পাতি দিলে
ফুলৰে
শৰাই
ৰাম ৰাম
ফুলৰে শৰাই
ফুলৰে
শৰাই
ফুলৰে
শৰাই
কলিয়া
ভোমোৰা
গুঞ্জৰি
আহে
গোন্ধকে
ধিয়ায়
ৰাম ৰাম
গোন্ধকে ধিয়ায়
গোন্ধকে
ধিয়ায়
No comments:
Post a Comment