লুইতৰ পাৰৰে আমি ডেকা ল'ৰা
মৰিবলৈ ভয় নাই
মুকুতি মেধৰ মহান মেজিৰ
নেজাল ফিৰিংতি চাই
পুৰোহিতো যদি থিতাতে আঁতৰি
ত্ৰাসতে মুৰ্ছা যায়
আমি আগবাঢ়ি
ডিঙি পাতি পাতি
তেজেৰে বলিশাল
যামে বোলায়
লুইতৰ পাৰৰে আমি ডেকা ল'ৰা
মৰিবলৈ ভয় নাই ।
তাহানি লাচিতে
এৰি থৈ যোৱাৰে
পৰা জননী তোৰ
লঘু লাঞ্ছনাৰে
দুখে বেজাৰৰে
আজিও নপৰিল ওৰ ।
শত কাপুৰুষ পুৰুষে সহিলেও
আমাৰ যে নসহে গায়
আমি ডেকা ল'ৰাই জীৱন পণ কৰিছোঁ
মোহাৰ চকুলো
কলিজাৰ আই ।।
লুইতৰে পাৰৰে আমি ডেকা ল'ৰা
মৰিবলৈ ভয় নাই ।।
জ্যোতিপ্ৰসাদৰ গীতটো ভুলকৈ কিয় লিখিছা
ReplyDeleteyes
Delete