আমি কৰি ফুৰোঁ বিয়াকুল - জ্যোতিপ্ৰসাদ আগৰৱালা




আমি কৰি ফুৰোঁ বিয়াকুল
(থাকে) নিজৰা য’ত কুল কুল
ফুলৰ পাহিত নিয়ৰ দুল
সখীয়তিৰ মাতে য’ত বিয়পিছে
ইকুল সিকুল |

মোৰ যে ফুলৰ কাঁড়
মোৰ হঅততে মধুৰ ভাৰ
আমাৰ কসতে চোৱা
প্ৰেমিক-প্ৰেমিকা বিয়াকুল |

মোৰ হাতত ফুলৰ ৰেণু
মোৰ হাতত কানুৰ বেণু
লগৰ লগৰী আমাৰ মতলীয়া

মধু পি আকুল |

No comments:

Post a Comment