Devi library
Arts. Books. Culture
Pages
Home
অসমীয়া গল্প
অসমীয়া কবিতা আৰু গান
বাংলা কবিতা
Drawing tutorial
Agamani - poem of Nirmalprabha Bordoloi - আগমনি - নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা
আগমনি
কাহিলি, কাহিলি পৰত
কুলিৰ মাত শুনিলে
চকু মুদিয়ে কৈ দিব পাৰি
বসন্ত আহিছে ।
তুমি আহিলে
মোক কোনেও কৈ দিব নেলাগে
বাটটো
নিজেই
পোহৰ,
পোহৰ হয় ।।
No comments:
Post a Comment
Newer Post
Older Post
Home
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment