Devi library
Arts. Books. Culture
Pages
Home
অসমীয়া গল্প
অসমীয়া কবিতা আৰু গান
বাংলা কবিতা
Drawing tutorial
Dhangsastupar prem - ধ্বংসস্তুপৰ প্ৰেম - Poem by Parishmita
হঠাৎ হেৰাই যোৱাৰ বেদনাই
যেতিয়া অধীৰ কৰি তোলে মন,
আঁজুৰি আনিবৰ মন যায়
অতীতৰ সেই ক্ষণবোৰ,
ধূসৰ হওঁ হওঁকৈও হব নোখোজা স্মৃতিবোৰে
Read more »
নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা - Poems of Nirmalprabha Bordoloi
সাৰেং চৰাইৰ মাত
এদিন
গভীৰ ৰাতিৰ নিৰ্জনতাত মই শুনিলোঁ
মৃতজনৰ শুকান হাড়ৰ মাজৰ পৰা ওলোৱা
এটা চেপা বিননি ।
Read more »
নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা - Poems of Nirmalprabha Bordoloi
অব্যক্ত
পানীযুঁৱলিত হাত তিয়াই
দিনৰ পিছত দিন ।
আঙুলিত খুটিয়াই
ক'ত যায় সেইবোৰ
লীলাৱতী, গৰ্ভৱতী মাছ ?
শুহি লৈ যায় নেকি
আঙুলিৰে বৈ যাব খোজা
ইচ্ছাৰ জান-জুৰিবোৰ ?
Read more »
বিহু - নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা - Bihu - Poems of Nirmalprabha Bordoloi
বিহু
১
গাৱৰ গাভৰুবোৰে
কালিলৈকে বৈ আছিল
পেঁপাৰ মাতটো তাঁতত ।
অজি সিঁহতৰ ভৰিত
নাচনী পথাৰবোৰে
ধূলিৰ জুনুকা আঁৰিছে ।
Read more »
বহাগ - নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা - Bahag -Poems of Nirmalprabha Bordoloi
বহাগ
১
এনেকুৱা লাগে -
যেন কচক্ কচক্কৈ উঠিব
কুমলীয়া তিয়হঁৰ কেঁচাখিনি ।
এনেকুৱা লাগে -
নদী যেন বৈ যাব
এখন এখনকৈ বাৰখন গাঁৱৰ
নিৰ্জনতা ভাঙি ।।
Read more »
অপৰাজিত - নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা - Aparajita - Poems of Nirmalprabha Bordoloi
(এয়া
খেৰনিৰ
বননিৰ
বিয়াগোম ডাল পাত থকা
অতিকায় গছ আৰু গছনিৰ কথা
কোনো এক মহা অৰণ্যৰ )
Read more »
চাৰমন - নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা - sarmon - Poem of Nirmalaprabha Bordoloi
এজনী চৰাই মই এতিয়া
উৰাই দিলো
গৰ্ভৰ অন্ধকাৰ বন্দৰে বন্দৰে
ন দহ মাহলৈ নাওঁ চপাব খোজা
Read more »
জাৰ্নেলিষ্টৰ ডায়েৰীৰ পৰা - নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা - Jarnelistor dayerir pora - Nirmalprabha Bordoloi
এক
হাজাৰ হাজাৰ নগৰ দেখিলো
- স্তব্ধ
অগণন টকাৰ নৃত্য দেখিলো
- মুগ্ধ
মৃত্যু, অপমৃত্যু গচকি আহিলো
- সিযে সবাতকৈ তুচ্ছ ।
Read more »
সন্ধিক্ষণ - নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা - Sandhikkhon - poem of Nirmalprabha Bordoloi
আলোক সজ্জা-ছাঁ আৰু পোহৰৰ ঘন খেলিমেলি
পুৱা নে সন্ধিয়া ঠিক ধৰিব নোৱাৰি ।
দৃশ্যপট - কেউপিনে অজস্ৰ কবৰ ।
বোবা মুখৰতা
বতাহৰ শেঁতা ।
তেজৰ ফুলেৰে ভৰা নিৰ্জ্জনতা হাবি ।
Read more »
অন্য হেমন্ত - নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা - Anya hemanta - Poem of Nirmalprabha bordoloi
চকুৰ সৰিয়হ ফুল
পথাৰ ছানি ফুলিছে
দিনে দিনে ।
কাঁচিৰ আহে
ফালি ফালি চায় বুকু ।
Read more »
বশিষ্ঠত দুপৰীয়া - নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা - bashisthat dupuriya - Poem of Nirmalprabha Bordoloi
সেউজীয়া ৰ'দবোৰ জিল্মিলাই আছিল
হাইতাল বৰণৰ বতাহত,
জিলিৰ মাত সোনাৰুফুলৰ দৰে
ওলমি আছিল
গভীৰ অৰণ্যৰ অ'ত ত'ত ।
Read more »
হৰিণাটো - নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা - Harinato - Poem of Nirmalprabha Bordaloi
বাৰিষাৰ টলমল্ পানীত
মুখখন দেখোতে নেদেখোতেই
পানীবোৰ নাচি নাচি যায়গৈ ।
ফুটুকা ফুটুকী হৰিণটো
এইবাৰ জুৰিটোৰ ফালে
আহিল ।
Read more »
এটা স্কেচ - নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা - Eta Sketch - Poems of Nirmalprabha Bordaloi
ডেউকাত ভাগৰৰ কাজল বৰণ সানি
অৱশ দুখানি পাখি মেলি
গাঁৱৰ গধূলি আহি বাঁহনিৰ জোপাত পৰিল ।
ছাঁত তাৰ ভয় খাই
দিনটোৱে কুচিমুচি আহি
ভিতৰ সোমাই গৈ
Read more »
এনলিচিচ্ - নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা - Analisis - Poem of Nirmalprabha Bordoloi
দুপৰৰ বৰ্ণহীন ৰ'দালিয়ে
এদিন সুধিলেঃ
জীৱনৰ মানে কি ?
আউল নালাগি থকা জাপানী পাটৰ নেচা এটা ??
কাষ্টাৰ্ড, জাম আৰু আখৰোট কাঠৰ কোৰাচ ??
Read more »
তোমালৈ - নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা - tomaloi - Poem of Nirmalprabha Bordoloi
মই জানোঁ, তোমাৰ লগত মোৰ
আকউ সাক্ষাত হ'ব
তোমাৰ চকুৰ নীলা
হ'ব মোৰ আশ্ৰয় আকাশ
তোমাৰ দেহৰ সেউজ
Read more »
Newer Posts
Older Posts
Home
Subscribe to:
Comments (Atom)